কৃতি খাৰবান্দা: ৯ বছৰত ৭ ফ্লপ, মাত্ৰ এটা হিট
চলচ্চিত্ৰ জগতৰ সুপৰিচিত নাম কৃতি খাৰবান্দাই আজি ২৯ অক্টোবৰত ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিছে।এই বিশেষ অনুষ্ঠানত অভিনেত্ৰী গৰাকীৰ কেৰিয়াৰৰ গ্ৰাফ চাওঁ আহক।
Ba***ds of Bollywood, দিল্লী উচ্চতম ন্যায়ালয়ত সমীৰ ৱানখেদেৰ আবেদনৰ বিৰোধিতা
ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া তথা এনচিবিৰ মুম্বাই মণ্ডলৰ প্ৰাক্তন সঞ্চালক সমীৰ ৱানখেদে আৰিয়ান খান পৰিচালিত নেটফ্লিক্সৰ ধাৰাবাহিক দ্য বা***ডছ অৱ বলীউডৰ বিৰুদ্ধে নিষেধাজ্ঞা বিচৰাৰ আবেদনৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিশদ উত্তৰ দাখিল কৰিছে।









