Rodali News
- ৰাজনৈতিক , ৰাষ্ট্ৰীয়
- October 27, 2025
‘অসমৰ যুৱক-যুৱতীক অপমান’: কৰ্ণাটক মন্ত্ৰীৰ মন্তব্যক লৈ আইনী ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা মুখ্যমন্ত্ৰীৰ
তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাই কয় যে খৰ্গেৰ মন্তব্যক লৈ কংগ্ৰেছ দলৰ মৌনতাই অসমৰ প্ৰতি অৱজ্ঞাৰ প্ৰতিফলন ঘটায়। শৰ্মাই লগতে কয়, ‘প্ৰিয়ংক খৰ্গে এজন প্ৰথম শ্ৰেণীৰ মূৰ্খ। তেওঁ অসমীয়া যুৱক-যুৱতীক অপমান কৰিছে, কংগ্ৰেছেও তেওঁক নিন্দা কৰা নাই।’
You Missed
দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতৰ ঐতিহাসিক প্ৰথম বিশ্বকাপ খিতাপ দখল
Rodali News
- November 3, 2025
- 220 views
কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ, APCCলৈ পদত্যাগ পত্ৰ প্ৰেৰণ
Rodali News
- November 1, 2025
- 210 views
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ১০% পাকিস্তানী এজেণ্ট, অভিযোগ অসমৰ মুখ্যমন্ত্ৰীৰ
Rodali News
- November 1, 2025
- 215 views








