অসমৰ পৰম্পৰাগত পুতলা শিল্প

অসমৰ বৈচিত্ৰ্যপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত পুতলা আৰু পুতলা নিৰ্মাণ কলাই বিশেষ স্থান অধিকাৰ কৰি আহিছে। ( অসমৰ বিভিন্ন প্ৰান্তত) অঞ্চলবিশেষে পৃথক বৈশিষ্ট্য বহন কৰি পুতলা শিল্প বিস্তাৰিত হৈ আছে।